মহৎ লোকৰ বাণী মহাত্মা গান্ধী
ভীৰুৰ দৰে জীয়াই থকাতকৈ
বীৰৰ দৰে মৃত্যুবৰণ কৰায়েই শ্রেয়।
চকুৰে নেদেখাজনক অন্ধ বুলিব নােৱাৰি,
নিজৰ দোষ ত্রুটিবােৰ লুকাই ৰখা
জনহে প্ৰকৃতাৰ্থত অন্ধ।
লােকৰ দোষ ধৰাটো বুদ্ধিমানৰ কাম,
কিন্তু নিজক নির্দোষী কৰাটো
তাতােকৈ বুদ্ধিমানৰ কাম।
মহাত্মা গান্ধী
আদর্শহীন মানুহ গুৰি
বঠা নােহােৱা নাৱৰ দৰে।
মানুহৰ সেৱাৰ মাজেদিহে মই
ঈশ্বৰক লগ পাবলৈ বিছাৰোঁ। কাৰণ
ঈশ্বৰ আছে মানুহৰ অন্তৰত।
দৃঢ় সংকল্প নহ’লে কোনাে ভাল কাম
কৰা সম্ভৱপৰ নহয়।
প্রেমবিহীন জীৱন
শলিতা নােহােৱা চাকিৰ দৰে।
ভিক্ষা কৰাৰ কথা কেতিয়াও
মনলৈ নানিবা।
মৰমৰ শৰে যাক বিন্ধিছে তেওঁহে
মৰমৰ শক্তি জানে।
মদপী স্বামী থকা স্ত্রীয়েহে জানে
তেওঁৰ সংসাৰত কেনে অশান্তি, আৰু
ধ্বংসলীলা চলি থাকে।
সত্যক জানিবলৈ চেষ্টা কৰা,
ই তােমাক মুক্তি দিব।
More: