ছুটি বিচাৰি আবেদন
ছুটি বিচাৰি আবেদন

ছুটি বিচাৰি আবেদন | ছুটীৰ বাবে আবেদন

ছুটি বিচাৰি আবেদন:

Example No 1:

মাননীয়,

প্রধান শিক্ষক মহোদয়

(তোমাৰ স্কুলৰ নাম) সমিপেষু ।

তাৰিখ:__________

বিষয়: ছুটিৰ বাবে আবেদন

মহোদয়,
বিনীত নিবেদন এই যে মই যোৱা ০১/১১/ ২০২২ তাৰিখৰ পৰা ০৪/১১/২০২২ তাৰিখলৈ বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলোঁ। কাৰণ মই জ্বৰত ভুগি আছিলোঁ।
গতিকে মহোদয়ে যেন উক্ত দিনবোৰৰ বাবে ছুটি মঞ্জুৰ কষি বাধিত কৰে। ধন্যবাদ

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্র,

নামঃ___________

শ্ৰেণী:_______

ক্রমিক নংঃ__


Example No 2

প্ৰতি
    মাননীয় প্ৰধান শিক্ষক মহোদয়।

_______________বিদ্যালয়ৰ নাম

বিষয় : শাৰীৰিক অসুস্থতাৰ বাবে ছুটি বিচাৰি আবেদন।

মহাশয়,

সম্মান সহকাৰে মহোদয়ক জনাওঁ যে, মোৰ (বেমাৰৰ নাম) হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিবৰ বাবে অসমৰ্থ হৈছোঁ।গতিকে, দয়ালু মহোদয়ে দয়া কৰি দুই বা চাৰি পিয়দৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰে যেন।

এইয়ে মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা।

ইতি,

আপোনাৰ একান্ত বাধ্য ছাত্র,

নামঃ___________

শ্ৰেণী:_______

ক্রমিক নংঃ__