Q: কি দুটা কাৰণত মানুহে কৃপণালী কৰে ?
Ans: কৃপন মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালী কৰা দেখা যায় –
(ক) ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে ।
(খ) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালী কৰে ।